Clothing donation among 22 districts of Assam

Total beneficiary more then 50 thousands people





2 thoughts on “Clothing donation among 22 districts of Assam

  1. Dhanjit haloi

    #এগৰাকী_নাৰী
    ১) যিয়ে তোমাৰ বাবে নাম সলায়,
    ২) নিজৰ ঘৰখন সলায়,
    ৩) নিজৰ ঘৰখনৰ মানুহ সকলৰ পৰা আতৰি আহে,
    ৪) তোমাৰ লগত গুচি আহে,
    ৫) তোমাৰ লগত এখন হেঁপাহৰ ঘৰ সাজে,
    ৬) ভাত ৰান্ধে,
    ৭) ঘৰখন পৰিস্কাৰ কৰি ৰাখে,
    ৮) পৰিয়ালৰ সকলোৰে খৱৰ ৰাখে,
    ৯) নিজৰ সন্তানক লালন-পালন কৰি পঢ়ুৱাই,
    ১০) লৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা কৰে,
    ১১) সকলো দিশৰ চোৱা চিতা কৰে,
    ১২) কেতিয়াও নিজৰ স্বাৰ্থৰ চিন্তা নকৰে,
    ১৩) ত্যাগ কৰে নিজৰ ভাল লগা সকলো
    কিন্তু, তেওঁ নথকা হলে কোনে কৰিলেহেঁতেন ?
    ১৪) নাৰী তুমি সচাকৈয়ে মহীয়সী, এগৰাকী নাৰী হোৱা বাবে এই সকলো সম্ভৱ সেয়ে সকলো নাৰীক সন্মান কৰা দায়িত্ব সকলো পুৰুষৰ !!!
    ১৫) নাৰী হল সুন্দৰৰ প্ৰতীক,
    ১৬) নাৰী হল এগৰাকী মাতৃ,
    ১৭) এগৰাকী বাইদেউ,
    ১৮) এগৰাকী ভনী,
    ১৯) এগৰাকী বান্ধৱী,
    ২০) এগৰাকী পত্নী,
    ২১) এগৰাকী জীয়ৰী,
    #যি_হল_ভগৱানৰ_এক_অনুপম_সৃষ্টি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *