MEMBER REGISTRATION FORM

  • DATE OF BIRTH
  • MENTION YOUR GENDER
  • You must obey the rules of the ngo
  • UPLOAD YOUR RECENT ( only jpg, maximum size 100 kb)PASSPORT SIZE PHOTO
  • UPLOAD YOUR valid ID PROOF PAN/VOTER ID/ADHAR/LICENCE ( only jpg, maximum size 100 kb)
  •  

151 thoughts on “MEMBER REGISTRATION FORM

  1. Trishna Deka Kakati

    মই এই গ্ৰুপৰ সদস্য হ’বলৈ পাই বহুত সুখী

  2. ৰিকিমণি বৰা।

    এই গুৰুপৰ সদস্য হ’বলৈ পাই নিজকে গৌৰৱবোধ কৰোঁ।

  3. Krishna Borah Dutta

    Warriors সদস্য হব পাই মই বৰ সুখী । সকলোৱে যেন সুন্দৰ কৰ্ম কৰি আগুৱাই যাব পাৰে।

  4. kakoli tamuli

    এই সমাজখনৰ সদস্য হ’বলৈ পায় নিজকে গৌৰৱবোধ কৰিছোঁ , জয়তু ৱাৰিঅৰ্চ ৷

  5. Rupanjali Chetia Gogoi

    মই এই গ্ৰুপৰ সদস্য হবলৈ পাই বহুত গৌৰাম্বিত।

  6. Pranab Talukdar

    এই সংস্থাৰ সদস্য হব পাই সঁচাকৈ নিজকে গৌৰৱবোধ কৰো।

  7. Shilpashree Pathak

    wariors সংস্থাটোৰ এগৰাকী সদস্যা হ’বলৈ পাই সুখী হৈছো।
    ৱাৰিৱৰ্চ সদায় জিলিকি থাকক।
    জয় ৱাৰিৱৰ্চ ⭐

  8. প্ৰীতি ৰেখা বৰা

    এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ’ল বহল সাগৰ
    কণ কণ বালিচাঁহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ!
    কবি-বিনন্দ চন্দ্ৰ বৰুৱা
    এনেকুৱা এখন বিশাল মঞ্চৰ এটি মাথোঁ ধুলি কণা হৈ দহৰ বাবে কিবা কৰাৰ সুযোগ পায় নিজকে ধন্য মানিছো!
    জয় ৱাৰিঅৰচ 🙏🙏🙏

  9. প্ৰীতি ৰেখা বৰা

    মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম

  10. Joyshree Barmam

    Wariors ৰ এগৰাকী সদস্য হ’ব পাই নিজকে গৌৰৱবোধ কৰো ।

  11. Joyshree Barman

    Wariorsৰ এগৰাকী সদস্য হ’বলৈ পাই নিজকে গৌৰৱবোধ কৰো ।

  12. মৌছুমি শইকীয়া

    মই এই গ্ৰুপৰ সদস্য হবলৈ পাই বহুত হেপি।

  13. Sangita Phukan

    মই Wariors এজন সদস্য হ’বলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰোঁ ।

  14. Kripali Rajbongshi (Das)

    Wariors, সদস্য হবলৈ পাই নিজকে সুখী অনুভৱ কৰিছো।সদায় সকলোৰে লগত সুন্দৰ কৰ্ম কৰি আগুৱাই যাম ।

  15. অমল দাৱ

    মই গ্ৰূপলৈ আহিবলৈ পাই বহুত সুখী

  16. বনশ্ৰী গগৈ

    এই গুৰুপৰ সদস্য হিচাপে নিজকে গৌৰৱবোধ কৰোঁ।

  17. DHARMENRA DEKA

    ব্যক্তিগত ভাবে কৰিব নোৱাৰা কাম এই মঞ্চৰ দ্বাৰা এক মনৰ, এক চিন্তাৰ, সমভাৱাপন্ন লোক মাজলৈ আহি বস্তুনিষ্ঠ পৃথিৱীখনত নিজৰ আৰু নিজৰ পৰিয়ালৰ বাহিৰেও আৰু এখন পৃথিৱী আছে বুলি অনুধাৱন কৰাই দিয়াৰ এই মঞ্চৰ সকলো যোদ্ধা ধন্যবাদৰ পাত্ৰ ।

    1. Sangita Borah

      Wariorsৰ দৰে এক মহান অনুষ্ঠানৰ লগত জড়িত হ’বলৈ পাই ধন্য হৈছোঁ৷

    1. Champak Bora

      এই গ্ৰুপৰ সদস্য হবলৈ পাই বহুত সুখী।

  18. Partha pratim nath

    Warriors ৰ সদস্য হবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো… জয় warriors….

  19. Jonali Thakuria

    “জীৱনত এটা সপোন আছিল সমাজৰ বাবে নিস্বাৰ্থ ভাৱে কিবা এটা কাম কৰাৰ, কিন্তু অকলে সেই কাম কৰাৰ বাবে মই সক্ষম নাছিলোঁ কিন্তু Wariors পৰা এই সুবিধা কন পাই বহুত সুখী।Jai Wariors “🙏 Wariors ৰ গৃহ জিলা‌ আৰু মোৰ গৃহ জিলা‌ বিশ্বনাথৰ সদস্যা হিচাপে গৌৰৱ অনুভৱ কৰোঁ।

  20. Dr.Binita Bora Dev Choudhury

    ৱাৰিয়ৰ্ছৰ সদস্য হৈ জীৱনৰ অভিনৱ অৰ্থ বিচাৰি পাইছো৷

  21. Gitima Deka

    আজি ৩ বছৰে ইয়াত থাকি মই বহুত সুখী। সকলোকে এখন ঘৰৰ দৰে পাই মই নিজকে ধন্য মানিছো। দেহৰ শেষ উশাহকন থকা লৈকে ইয়াত মই যোদ্ধাৰ দৰেই থাকিম

  22. DILIP KUMAR ROY

    ৱাৰিৱৰ্চ (Warriors) বৰ্তমান সমাজখনত নাৰীৰ মৰ্যাদা সুৰক্ষিত ৰখাাৰ বাবে উপযুক্ত মঞ্চ। মই এনে এখন মঞ্চৰ সদস্য হ’বলৈ পাই গৌৰৱবোধ কৰিছোঁ । জয়তু ৱাৰিৱৰ্চ ।

  23. Upasana Sandilya

    So proud to be a member of this NGO.It gives us all a platform of freedom where we can do social works together which helps our society a lot.I feel so good when i say i am a part of the largest ngo of India.3 years completed.Many more years to come. Long live WARIORS.

  24. Namita Saikia

    I am very happy to be a member of wariors. wariors gave us a broad platform where we can help the helpless selflessly. The wariors also gave me a lot of courage which is the most valuable thing in life.

  25. Dipali Das

    মই ৱাৰিছৰত সোমাই বহুত সুখী
    মই যিমান দিন জীয়াই থাকিম সদায়
    ৱৰিয়ৰ্ছ হৈ কাম কৰি যাম।

  26. DILIP KUMAR ROY

    ৱাৰিৱৰ্চে অতিবাহিত কৰা বিগত তিনিটা বছৰৰ কাৰ্যত মই যথেষ্ট আশাবাদী যে এই সংগঠনটোৱে ভৱিষ্যতে নাৰীসকলে সামাজিক আৰু পাৰিবাৰিক দিশত ভূগি অহা দুৰ্দশা নিৰাময় কৰিবলৈ সক্ষম হ’ব ।

  27. DILIP KUMAR ROY

    ৱাৰিৱৰ্চক ভৱিষ্যতে অধিক শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ হ’লে সকলো সদস্যই আগ্ৰহেৰে নিজ নিজ ক্ষেত্ৰত কৰ্ম কৰিব লাগিব আৰু তেনেদৰে আমাৰ সংগঠনটোক এক অনন্য সংগঠন হিচাবে গঢ়ি তুলিব লাগিব ।

  28. UJJWAL GOGOI

    এই সংস্থাৰ এজন সদস্য হব পাই মই সুখী। সংস্থা ই বিচৰা কামবোৰ কৰিবলৈ যিমান পাৰোঁ সাজু থাকিম।

  29. Anita Basumatary

    মই wariors সদস্য হবলৈ পায় সছাই বহুত সুখী অনুভৱ কৰিছোঁ ধন্যবাদ।

  30. DILIP KUMAR ROY

    অসমৰ জনগণক ৱাৰিৱৰ্চৰ লক্ষ্য আৰু উদ্দেশ্য বুজাবলৈ সকলো সদস্যই চেষ্টা কৰিব লাগিব ।

  31. Nabajyoti rajkhowa

    মই বহুত ধন্য ৱাৰীৰছ ৰ লগত জড়িত হবলৈ পাই

  32. জয়ন্ত

    এই গুৰুপৰ সদস্য হিচাপে নিজকে গৌৰৱবোধ কৰোঁ ।

  33. মিকু ফুকন

    মই এই সংস্থাত সহযোগী হ’বলৈ পাই বহুত সুখী

  34. মাইনু বৰদলৈ

    মই এই গ্রুপক শ্ৰদ্ধা আৰু সন্মান কৰোঁ। এনে এটা জনহিতৈষী সংস্থাৰ সদস্যা হবলৈ পায় নিজকে ধন্য মানিছো

  35. REKHA HAZARIKA

    জীৱন জীয়াবলৈ এক বৃহত মঞ্চ। যত আছে অন্যায়ৰ বিৰুদ্ধে যুজিবলৈ পোৱা সাহস,য’ত আছে দৰিদ্ৰ জনক তুলি ধৰাৰ প্ৰয়াস,য’ত আছে আৰ্তজনৰ প্ৰতি সহায়ৰ হাত, আৰু আছে ভাতৃত্ববোধ।তেনে এক সংগঠনৰ সদস্য হবলৈ পাই বহুত সুখি।

  36. Dhruba kakati

    মই wariorsr হৈ কাম কৰিবলৈ বহুত সুখ লাভ কৰিছো

  37. Munna Barman

    wariors ৰ জৰিয়তে সমাজৰ বাবে কাম কৰিবলে সদায় চেস্তা কৰি যাম।

  38. Haren Gogoi

    মই বহুত সুখী Wariors এজন সদস্য হ’বলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰোঁ ।

  39. Sabita Lahkar

    মই Wariors ৰ এজন সদস্য হবলৈ পাই বহুত সুখী

  40. Joy Prakash Bhuyan

    ম ই এই NGO অহা নতুন যদিও বহুখিনি বুজি উঠিছো।ম ই ইয়াৰ সদস্য হৱলৈ পায় যথেষ্ট সূখী অনুভৱ কৰিছো ।

  41. Diganta Gogoi

    I love WARIORS, WARIORS is my heart, I fill proud for my joining in this NGO. Thanks to all members in this group.

  42. Ashima bora

    Warriors ৰ এগৰাকী সদস্য হিচাপে নিজক গৌৰৱ বোধ কৰো

  43. krishna Sonowal

    মই wariors NGO এগৰাকী সদস্য হবলই পাই সুখী.

  44. Jonmani Baruah

    মোক সদস্য হিচাপে বাচি লোৱাৰ বাবে ধন্যবাদ

  45. Rijumoni Gogoi

    ৱৰিয়ৰ্ছৰ এগৰাকী সদস্যা হবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰো ।

  46. Asfia Khatun

    এনে এটা বিশাল অনুষ্ঠানৰ সহযোগী হিচাপে নিজকে গৌৰৱ বোধ কৰোঁ।ৱাৰিৱৰ্চৰ জন্ম লগ্নৰে পৰা জড়িত হৈ আছোঁ আৰু শৰীৰত প্ৰাণবায়ু থকা লৈকে এনেদৰেই জড়িত হৈ থাকিম। সমাজৰ বাবে আগুৱাই যাবলৈ এনে এখন মঞ্চ উপহাৰ দিয়াৰ বাবে সন্মানীয় অধ্যক্ষ মহোদয় (দাদা)উৎপল শিৱম মহোদয়ৰ লগতে প্ৰতিজন সতীৰ্থলৈ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনালোঁ।জয় ৱাৰিৱৰ্চ।।

  47. Manju Baishya

    Wariors ৰ হিচাপে নিজকে গৌৰৱ বোধ কৰো।ৱাৰিয়ৰ্চৰ জন্ম লগ্নৰে পৰা আছো আৰু শেষ উশাহলৈকে থাকিম

  48. Ainu lekharu gogoi

    মই wariors এগৰাকী সদস্যা হবলৈ পায় বহুত সুখী

  49. Dipika lahkar

    WARIORS ৰ সদস্য হ’বলৈ পায় মই বহুত সুখী হৈছো ।

  50. PALLABI HAZARIKA GOGOI

    এই গ্ৰুপৰ সদস্যা হবলৈ পাই নিজকে গৌৰৱ বোধ কৰো।

    1. Asharani Nath

      এই সংস্থাৰ জৰিয়তে সমাজৰ বাবে কাম কৰিব পাৰি মই বহুত সুখী তথা গৌৰৱ অনুভৱ কৰো। Wariors সমাজৰ প্রতিজন ব্যক্তিৰ বাবে সাহসৰ প্রতীক হওঁক। জয়তু Wariors ✊

  51. Kaku moni borah

    মই এই সংগঠনৰ সদস্য হবলৈ পাই সচাকৈয়ে সুখ অনুভব কৰিছো । অকলে কৰিব নোৱাৰা কাম বোৰ এই সংগঠনৰ জৰিয়তে সকলো মিলি
    কৰাৰ সাহস পাইছো ।

  52. Anup Das

    এই সমাজখনৰ সদস্য হ’বলৈ পায় নিজকে গৌৰৱবোধ কৰিছোঁ , জয়তু ৱাৰিঅৰ্চ

  53. Kaju Saikia

    এই বৃহত্তৰ অনুষ্ঠানটিৰ অংশীদাৰ হ’বলৈ পাই নিজকে সৌভাগ্য মানিছো। ইয়াৰ সৈতে সন্নিবিষ্ট হৈ থকা প্ৰতিটো কাম -কাজ নিষ্ঠা আৰু সততাৰে কৰিবলৈ চেষ্টা সহকাৰে, মই পবিত্ৰ অনুষ্ঠানটিৰ সন্মানীয় বিষয়ববীয়া সকলৰ ওচৰত দায়বদ্ধ । *ৱাৰীয়ৰ্ছ* সংগঠনটিৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। 🙏

  54. jyotshna das

    Wariors এগৰাকী সদস্যা হবলৈ পাই সচাকৈ বহুত সুখী।এই সংস্থাৰ জৰিয়তে সদায় সমাজৰ হিত কাম বোৰ কৰিবলৈ চেষ্টা কৰি যাম।
    জয় ৱাৰিয়ৰ্চ✊✊✊

  55. Mintu Medhi

    এই সংগঠনৰ সদস্য হবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছো, ভৱিষ্যতে যিমানখিনি সময় দিব পাৰো দি যাম, লগতে সহায় সহযোগিতা আগবঢ়াম।

  56. Haren Gogoi

    মানৱতা হৈছে সেষ্ঠ ধৰ্ম।
    Wariors NGO টো এজন member হৈ নিজকে গৌৰৱ অনুভৱ কৰো।

  57. Parbeen Begum

    মই এই NGO ত অহা নতুন যদিও বহুখিনি বুজি উঠিছো। মই ইয়াৰ সদস্য হৱলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছো।

  58. Niranjan kr Nath

    এই গ্ৰুপৰ সদস্য হবলৈ পাই নিজকে ধন্য মানিছোঁ।

  59. Padma Gogoi

    ৱাৰিঅৰচৰ সদস্য মই অতিশয় গৌৰাম্বিত।

  60. Hira moni Dowerah

    মোৰ এই Wariors NGO ত কাম কৰি আৰু মানৱ সেৱা কৰিবলে পাইছো ৷ ভাল লাগিছে৷ জয় ৱাৰিয়ছৰ জয়৷

  61. তুলুমণি বৰ পাত্ৰ গোহাঁই

    Wariors ৰ সদস্য হবলৈ পাই গৌৰৱান্বিত৷ খুবেই সুখী৷

  62. নিবেদিতা শৰ্মা

    এই গ্ৰুপৰ এগৰাকী সদস্য সদস্যা হ’বলৈ পায় গৌৰৱ অনুভৱ কৰিছোঁ। সমাজৰ বাবে এই গ্ৰুপৰ জড়িয়তে নিষ্ঠা আৰু সততাৰে কাম কৰি যাব পাৰিলে জীৱন সাৰ্ধথক হব। জয় ৱাৰিওৰ্ছ।

  63. Hira moni Dowerah

    Wariors NGO এই মহান মঞ্চ এখনত কাম কৰি যাবলৈ সুযোগ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ৷ জয় ৱাৰিয়ছৰ জয়৷

  64. Durga Prasad

    এই গ্ৰুপৰ সদস্য হবলৈ পাই নিজকে ধন্য মানিছোঁ

  65. Pranjal Buragohain

    I am very happy and proud to join as a member in this NGO.My best wishes to all respected members.

  66. jyotika goswami

    মই ফটো আপল’ড কৰিব পৰা নাই কিয় বাৰু?

  67. Kaku moni borah

    মই এই সংগঠনৰ সদস্য হবলৈ পাই সচাকৈয়ে
    বহুত সুখী অনুভব কৰো ।

Comments are closed.